আপোচআপোচকামী

আপোচ কৰ্ (Assamese) [ Roman: a.po’s kor]
alt: আপোছ কৰ্
Contributed by: Partha P Sarmah on 2008-03-04
1. (Verb-Trans.) to reduce somebody's anger and make him/her more friendly by being kind or pleasent;to reconcile two opposing parties. মৰম আৰু বুজনিৰে কাৰোবাৰ খং, অসন্তুষ্টি আঁতৰাই বন্ধুভাৱাপন্ন কৰা; দুই বিৰোধী পক্ষৰ মাজত সদ্ভাৱ জগোৱা বা ঘুৰাই অনা৷

Contributed by: Mrinal Nath on 2008-03-04
2. (Verb-Trans.) to settle through negotiation এৰা ধৰাৰ মাজেদি উভয় পক্ষক সন্তোষ দে আৰু নিষ্পত্তি কৰ্